সহায়

 এই ব্লগত কবিতা কেনেকৈ যোগ দিব



১। আপোনাক প্ৰশাসকে যোগদান দিবলৈ আমন্ত্ৰণ জনোৱাৰ লগে লগে আপুনি আপোনাৰ Gmail  ত এটা এনেধৰণৰ মেইল পাব

"you have been invited to contribute to  পুৰণি অসমীয়া কবিতা"



২। মেইলটো খুলিলে তলৰ কথা খিনি দেখা পাব, Accept invitation ত ক্লিক কৰক

৩। তেতিয়া তলৰ স্ক্ৰীণখন আহিব, আপোনাক  তাত  Sign in কৰিবলৈ কোৱা হব। আপুনি যদি জিমেইল খুলি ৰাখিছে, তেন্তে Sign in বুটামটোত ক্লিক কৰাৰ লগ লগে আপুনি ব্লগাৰৰ ভিতৰলৈ সোমাই যাব। অন্যথা আকৌ লগ ইন কৰিব লগা হব পাৰে







৪। এতিয়া তলৰ স্ক্ৰীনত Accept invitation  ত ক্লিক কৰক

    


৫। এতিয়া আপুনি আপোনাৰ আগৰ ব্লগ বিলাকৰ তালিকাৰ লগতে "পুৰণি অসমীয়া কবিতা" ব্লগটোও দেখা পাব। তাৰ এডিট বুটামটোত ক্লিক কৰিলে আপুনি ব্লগ সম্পাদনা কৰা ঠাইলৈ যাব পাৰিব। 





৬। এতিয়া আপুনি ছবিত দেখুৱাৰ দৰে আপোনাৰ কবিতাটি এই ব্লগত সুমুৱাব পাৰিব। Labels ত কবিজনাৰ নাম দিয়া অত্যন্ত জৰুৰী। Text size , "large" ৰাখিব। ওপৰত শিৰোনাম দিব। আৰু সকলো সম্পূৰ্ণ কৰাৰ পাছত "Publish" বুটামটোত ক্লিক কৰিব।
এইকেইটা কথা মনত ৰাখিব

ক> Post Title = কবিতাটিৰ শিৰোনাম

খ>
Labels = কবিজনাৰ নাম

গ> Main body = কবিতাটিৰ কথাংশ

ঘ> Text size = large                   





ইয়াৰ বাদেও আপোনাৰ হাতত আৰু কিবা তথ্য উপলব্ধ হ'লে কবিতাটিৰ তলতে লিখি দিয়া হব।

কপিৰাইট বা স্বত্ত্বাধীকাৰঃ-

 ইয়াত কবিতা পোষ্ট কৰাৰ আগতে আপুনি নিশ্চিত হোৱা প্ৰয়োজন যে কবিতাটিৰ স্বত্ত্বাধীকাৰ বিলুপ্ত হৈছে। সাধাৰণ ভাৱে কবলৈ গ'লে, ভাৰতত প্ৰকাশৰ ৬০ বছৰৰ পিছলৈকে বৌদ্ধিক সম্পদ অধিকাৰ বাহাল থাকে।


Copyright:-

 All your posts to this blog necessarily be copy left of copyright expired. Generally speaking, in India "Intellectual Property Right" are in force till 60 years of publication.
 




12 comments:

  1. মৰিশালি কবিতা। মফিজুদ্দিন আহমদ হাজৰিকা

    ReplyDelete
  2. ৰঘুনাথ চৌধাৰীৰ-দহিকতৰা কবিতাটো প্ৰথমে কেইশাৰীমান বাদ পৰিছে।

    ReplyDelete
  3. মৰিশালীত কবিতা, মফিজুদ্দিন

    ReplyDelete
  4. summary of tejimala poem by achandrakumar agarwala

    ReplyDelete
  5. "সৰু আইটি আৰু সৰু চৰাই" নামেৰে কবিতা এটি সৰুতে পঢ়া মনত পৰে । সৰু আইটিয়ে সৰু চৰাইটিক তাইৰ সতে থাকিবলৈ আব্দাৰ ধৰে। কিন্তু সৰু চৰাইটিয়ে তাৰ "গছৰ ডালত পাতৰ আঁৰত থকা সৰু বাহ"টিলৈহে যাবলৈ বিচাৰে। কবিতাটি বিচাৰি পোৱা নাই বৰ্তমান। কাৰোবাৰ হাতত আছে নেকি চাবচোন।

    ReplyDelete