Sunday 1 November 2015

জোনবাই

জোনবাই এ- বেজি এটি দিয়া,
বেজী নো কেলৈ- মোনা চিলাবলৈ,
মোনা নো কেলৈ - ধন ভৰাবলৈ,
ধন নো কেলৈ- হাতী কিনিবলৈ ,
হাতী নো কেলৈ - উঠি ফুৰিবলৈ,
হাতীত উঠি পানীৰাম গাঁৱলৈ যায়,
বাটৰ বাটৰুৱাই ঘুৰি ঘুৰি চায়।

2 comments:

  1. আলি বাটৰ মানুহে ঘূৰি ঘূৰি চায় ।

    ReplyDelete
  2. হাতীত উঠি পানীৰাম ঘৰলৈ যায়
    আলিবাটৰ মানুহবোৰে ঘূৰি ঘূৰি চায় ।

    ReplyDelete