Thursday 18 December 2014

অৱশেষ

ফুলিল মালতী ফুল, সৰি পৰি গ`ল ;
বিলোৱা সৌৰভ মাত্ৰ জগতত ৰ`ল ।

ভাগি গ`ল বীণখনি, ছিগি গ`ল তাঁৰ
বৈ গ`ল অৱশেষে অমিয়া জোঁকাৰ !

No comments:

Post a Comment