Sunday 14 December 2014

গীত আৰু ছবি

কবিঃ- দূৰ্গেশ্বৰ শৰ্মা




সদায় চকুৰে দেখা গছ পাতটিও
ছবিটিত ভাল হৈ পৰে;
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্ৰাণ টানি ধৰে।

3 comments:

  1. সম্পূৰ্ণ কবিতাটো থাকিলে দিয়ক

    ReplyDelete
  2. ভাল লাগিল পঢ়ি

    ReplyDelete
  3. Muk Assamese or homoy chapter tur question answer khinir proyujon hoisil

    ReplyDelete