Monday 15 December 2014

প্ৰতিভা

কবিঃ- দূৰ্গেশ্বৰ শৰ্মা

যদিও ওপজে জোন পুৱালি দেশত,
সকলোৰে মন মোহে ধন আদৰৰ;
দেশে দেশে গায় গীত কুলি-কেতেকীয়ে,
দেশ নাই প্ৰতিভাৰ, তুমি জগতৰ ।

No comments:

Post a Comment