Sunday 20 September 2015

আমাৰ জাতীয় পতাকা

           তিনি বৰণীয়া জাতীয় পতাকা
    নীল আকাশত উৰে,

   ওপৰে গেৰুৱা, মাজত শুকুলা,
    তলত শ্যামল আছে।

    বগাৰ মাজত অশোক চক্রৰ
  চিত্র জিলিকি ৰয়।

আমাৰ জাতীয় পতাকাখনিৰ' 
কদাপি নহয় ক্ষয়।


No comments:

Post a Comment