Saturday 31 October 2015

পঞ্চ ইন্দ্ৰিয়



দুই হাত দুই ভৰি
কাম কৰি ফুৰোঁ লৰি
দুই চকু দুই কাণ
দেখা শুনা চোৱা কাম
এটা নাক এখন জিভা
গন্ধ আৰু সোৱাদ 'বা
ছালত চুলেই গম পাওঁ
পাঁচোটিৰেই সজাগ হওঁ

1 comment: