Showing posts with label তৰুণৰাম ফুকন. Show all posts
Showing posts with label তৰুণৰাম ফুকন. Show all posts

Friday, 25 September 2015

তেওঁলৈ



কবিঃ- তৰুণৰাম ফুকন

চুমাটি খাবলৈ পালে সি দুটি ওঁঠত,
লাখতো হেঁপাহ মোৰ থাকিব মনত ।
তথাপিতো সি মুখতে ওঁঠ দুটি থই,
প্রতি মাটিতে ৰম যুগ যুগ কই,

Sunday, 20 September 2015

শিশু স্তুতি

কবিঃ- তৰুণৰাম ফুকন

আমি শিশু অতি     নেজানো ভকতি
  ৰঙতে সদায় মতি,
সকলোৱে কয়     তুমি দয়াময়
তুমিয়ে ল'ৰাৰ গতি,


ল'ৰাক শুনিছো      তুমি ভাল পোৱা
মাতৃকো অধিক কৰি,
তেন্তে তুমি কিয়     লুকাই ফুৰিছা
ল'ৰাৰ মৰম এৰি?