পুৰণি অসমীয়া কবিতা
Pages
Home
সহায়
Showing posts with label
লক্ষ্মীধৰ শৰ্মা
.
Show all posts
Showing posts with label
লক্ষ্মীধৰ শৰ্মা
.
Show all posts
Wednesday, 7 October 2015
মৰণ দেৱতা
কবিঃ-লক্ষ্মীধৰ শৰ্মা
কৰুণা মণ্ডিত শ্যামল সুন্দৰ স্নিগ্ধ হেমকান্তি
,
মঙ্গল দেৱতা
,
নিত্য বৰষিছা প্রেম সুধা শান্তি ।
শোক দুখ তাপ-দগ্ধ জর্জৰিত প্রাণী জগতত
,
শীতল তোমাৰ বিস্মৃতি-প্রলেপ শোভিছে হাতত ।
Read more »
Older Posts
Home
Subscribe to:
Posts (Atom)