পুৰণি অসমীয়া কবিতা
Pages
Home
সহায়
Showing posts with label
বলদেৱ মহন্ত
.
Show all posts
Showing posts with label
বলদেৱ মহন্ত
.
Show all posts
Friday, 1 April 2016
কাৰ সমান কি নাই?
কবিঃ- বলদেৱ মহন্ত
সাপৰ সমান খং কাৰো নাই নাই
হিমালয় সম গিৰি পৃথিৱীত নাই।
দ্বীপমধ্যে অষ্ট্ৰেলিয়া সবাতোকৈ বৰ,
সাগৰৰ বৰ নাই প্ৰশান্তৰ পৰ।
Read more »
কাৰ সুখ নাই
কবিঃ- বলদেৱ মহন্ত
সুখ নাই সুখ নাই ক'তো ধৰুৱাৰ,
অনুমাত্ৰ সুখ নাই চিৰ ৰূগীয়াৰ।
সুখ নাই যিটো সদা গোচৰত ফুৰে,
মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে।
Read more »
কেতিয়া কাক চিনি
কবিঃ- বলদেৱ মহন্ত
বজালেই কাঁহ-পাত্ৰ ভগা ভাল চিনি;
সাক্ষী ক'লে চিনি লোক কত দূৰ জ্ঞানী।
ভল কৰি চিনি পায় বিবাহৰ পৰে;
পিতা-মাতা প্ৰতি ভক্তি পুত্ৰে কেনে কৰে।
Read more »
Saturday, 31 October 2015
গুণী পুত্ৰ
কবিঃ- বলদেৱ মহন্ত
মূৰ্খ
পুত্ৰ
হয়
যদি
এশ
বা
হাজাৰ
;
সিহঁতৰ
পৰা
নাই
একো
উপকাৰ
৷
যেনে
শস্য
-
ক্ষেত্ৰে
জন্মি
বনৰীয়া
বন
;
কৃষকৰ
অপকাৰ
কৰে
অগণন
৷
Read more »
Older Posts
Home
Subscribe to:
Posts (Atom)