Showing posts with label দেৱচন্দ্ৰ তালুকদাৰ. Show all posts
Showing posts with label দেৱচন্দ্ৰ তালুকদাৰ. Show all posts

Friday, 9 October 2015

প্রেমপটৰ পৰা

কবিঃ- দেৱচন্দ্ৰ তালুকদাৰ

ৰূপহী নইত মলোৱে পলৰে

কাৱৈ চেনীপুঠি মাৰে,

নাৱৰ টিঙত জুনুৱে আছাৰে

মুগাৰ ৰিহা আঁৰে আঁৰে |