কবিঃ-
ৰত্নেশ্বৰ মহন্ত
ধনীয়ে ফিতাহি কৰে 'মই ধনবান' ;
গৰ্বীয়ে নেদেখে বৰ নিজৰ সমান।
মানীয়ে
নেপালে মান ভাবে মৰাৰ সমান ,
উচ্চ-নীচ সংসাৰত সকলোতে আছে,
ধনী,
দুখী, বৰ সৰু শ্মশানে নেবাছে।
জীয়াই থাকোতে চতুৰ্দোল
সিংহাসনে,
নৰপতি শোভে বহু বসন-ভূষণে,