পুৰণি অসমীয়া কবিতা
Pages
Home
সহায়
Showing posts with label
লক্ষ্মীনাথ ফুকন
.
Show all posts
Showing posts with label
লক্ষ্মীনাথ ফুকন
.
Show all posts
Wednesday, 7 October 2015
বিদায় পৰত
কবিঃ-শৈলধৰ ৰাজখোৱা
এতিয়াই হয় যদি যাবৰ সময়
তুমি মোৰ বহিবা কাষত
—
মোৰ এই বীণ খনি বজাবা এবাৰ
কথাখিনি পৰিব মনত ।
চকু দুটি হ
’
ব মোৰ ধুৱলি-কুৱলি
কাণ হলে থাকিব সজাগ
ক
’
ব লগা যিবা আছে কই যাবা তুমি
মনলৈ নানিবা বিৰাগ ।
Read more »
সাক্ষী
কবিঃ
-
লক্ষ্মীনাথ ফুকন
দেখা পাই কিয় বা লুকালা
,
মণিটি যে সুলকি পৰিল
?
আঁচলৰ আগটিতে লাগি
ফুলৰো যে পাহিটি সৰিল।
নেভাবিবা তুমি গুচি গলে
চিন তাৰ একো নেথাকিব
তুমি আজি আহিছিলা বুলি
কেৱে তাৰ প্রমাণ নিদিব।
Read more »
Friday, 25 September 2015
ব্ৰহ্মপুত্ৰৰ প্ৰতি
কবিঃ-লক্ষ্মীনাথ ফুকন
হে বিশাল ব্ৰহ্মপুত্ৰ, কত শত বৰষৰ কত শত বেদনাৰ কথা,
তোমাৰেই অন্তৰ গঁথা।
কত প্ৰাণ মুঞ্জৰিলে তামাকেই সাক্ষী ৰাখি কত হিয়া উজলি উঠিলে,
লুকালে বিৰহৰ ব্যথা।
Read more »
Older Posts
Home
Subscribe to:
Posts (Atom)