পুৰণি অসমীয়া কবিতা
Pages
Home
সহায়
Showing posts with label
নীলমণি ফুকন
.
Show all posts
Showing posts with label
নীলমণি ফুকন
.
Show all posts
Thursday, 16 June 2016
ভাল পাঁও
ভাল পাঁও আকাশৰ মেঘৰ ধেমালী
,
বেলিৰ লগত থাকে লুকা ভাকু খেলি
ভাল পাঁও পথাৰৰ ৰং সেউজীয়া
,
ধাননি কঁপাই বোৱা বতাহ বলিয়া।
ভাল পাঁও পুৱতীৰ কোমল ৰ’দালি
,
দেখা দিয়া কুঁৱলীৰ বগা জাল ফালি।
Read more »
Friday, 9 October 2015
অচিনাকি
কবিঃ
—
নীলমণি ফুকন
অচিনাকি দেখা নাই কোনো কালে সেইহে হেঁপাহ
চাই লওঁ মুখনি এবাৰ
;
শুনা নাই আগেয়ে তোমাৰ অমিয়া মাত
কাণত বৰষা মৌ তাৰ।
Read more »
Older Posts
Home
Subscribe to:
Posts (Atom)