Showing posts with label গোপালচন্দ্ৰ ভূঞা. Show all posts
Showing posts with label গোপালচন্দ্ৰ ভূঞা. Show all posts

Friday, 25 September 2015

কুলিৰ প্ৰতি

কবিঃ- গোপালচন্দ্ৰ ভূঞা

আহিলা নে ধেমেলীয়া নতুন আলহী ?

            মাত শুনি বিহু বিহু লাগে গাত।

চৰাই নোহোৱা তুমি, কোকিল কলীয়া

            মানুহৰ লৰি ফুৰা মাত ।