Showing posts with label মৌলৱী পজিৰুদ্দিন আহমেদ. Show all posts
Showing posts with label মৌলৱী পজিৰুদ্দিন আহমেদ. Show all posts

Monday, 30 May 2016

জুই আৰু মাটি

কবিঃ- মৌ° পজিৰুদ্দিন আহমেদ

(১)

এমুঠি মাটিৰে                  তোমাক স্ৰজন

কৰিছীল খনিকৰে,

এতেকে হোৱা                   মাটিৰ সন্তান

বিনয় মাটিৰ দৰে।