Showing posts with label ৰমেশচন্দ্ৰ দেৱশৰ্মা. Show all posts
Showing posts with label ৰমেশচন্দ্ৰ দেৱশৰ্মা. Show all posts

Monday, 30 May 2016

নীতি সপ্তক

কবিঃ- ৰমেশচন্দ্ৰ দেৱশৰ্মা

সহজে তুষিব পাৰি মুৰুখৰ মন,

আৰু সহজতে তুষ্ট হয় জ্ঞানীজন।

অল্প জ্ঞান লাভ কৰি দুৰ্বিদগ্ধ জনে,

ব্ৰহ্মাৰ কথাটো জানা সন্তোষ নেমানে।