Showing posts with label যজ্ঞেশ্বৰ শৰ্মা. Show all posts
Showing posts with label যজ্ঞেশ্বৰ শৰ্মা. Show all posts

Friday, 9 October 2015

যথাপূর্বম্

কবিঃ-যজ্ঞেশ্বৰ শৰ্মা

                        বসুন্ধৰা পাগৰ বাহিৰ।
বিশ্বব্যাপী ষাঠ লাগে, আমতিৰ দিন।
আহিব লাগিছে সৌ গর্ভধান-ক্ষণ,
পুংসবন মহাযজ্ঞ পাতিব নো কেনে ?
কোন গৰ্গ ঋষি আহি জাতকৰ্ম কৰাব হৰিষে ।

দেৱতাৰ মৰণ


কবিঃ-যজ্ঞেশ্বৰ শৰ্মা


অমৃতৰ ভাণ্ড খাই দেৱতা মৰিল;

লাঞ্ছিত হৈ অসুৰ দানৱ-দৈত্য হ'ল অমৰণ;

দিন দুপৰতে কেনে দুৰ্ঘোৰ ৰজনী ।

অবাধে পিশাচ দল কৰে বিচৰণ ।