কবিঃ- বিনন্দ চন্দ্ৰ
বৰুৱা
গড়গাঁও গড়গাঁও কথা শুনি
তল যাও, বাট দেখি পিছলে যে পাৱ ।
দিখৌৰ সোঁতত যোৱা,
ভটীয়নী বল পোৱা, উভটিব খোজে মাৰ নাও ৷
-ওচৰতে
দেখি গড়গাঁও ৷
ওলট্-পালট্ দেশ, কথাৰে নহয় শেষ, কটাৰীৰো ডাবে তাৰ কাটে ;
বাঘ-গৰু হালে হালে, একে
ঘাটে পানী খালে ;নগৰৰ দেওলগা ঘাটে;
-
দেও তাত ফুৰে হাটে-বাটে।