পুৰণি অসমীয়া কবিতা
Pages
Home
সহায়
Showing posts with label
চন্দ্ৰধৰ বৰুৱা
.
Show all posts
Showing posts with label
চন্দ্ৰধৰ বৰুৱা
.
Show all posts
Monday, 30 May 2016
ধূলিকণা মই
কবিঃ
–
চন্দ্রধৰ বৰুৱা
যিদিনা মৰিম মই
,
সেইদিনা বাৰু
জগতৰ কেনি হানি হ
’
ব
?
মৰিলোঁ নে আছোঁ
,
মই
,
এই কথাকেনো
পৃথিৱীৰ কিমানে জানিব
?
Read more »
Friday, 25 September 2015
স্মৃতি
কবিঃ -চন্দ্ৰধৰ বৰুৱা
পৰে নে মনত সেই ৰিণিকি মনত পৰা
মলয়া বায়ুৰ দৰে মুকলি মূৰেৰে উড়া;
চিনা জনা নাই একো
,
দেখা নাই কোনে কাকো
,
আপোন মনেৰে দুয়ো আপুনি উমলি ফুৰা
?
Read more »
Older Posts
Home
Subscribe to:
Posts (Atom)