বৰঘৰৰ মূধতে লোকাপাৰ যুৰি
ইটিয়ে সিটিয়ে চায়;
হিয়াত সাঁচতীয়া মৰমবোৰ ঢালিছে
মুখতে মুখ লগাই ।
গধুলি- গোলাপে ওৰণি গুচালে
সন্ধিয়াক কাষতে দেখি ;
হাঁহিটি মাৰিয়েই সাৱটি চুমিলে
বুলি মোৰে প্ৰাণ সখি !
ইটিয়ে সিটিয়ে চায়;
হিয়াত সাঁচতীয়া মৰমবোৰ ঢালিছে
মুখতে মুখ লগাই ।
গধুলি- গোলাপে ওৰণি গুচালে
সন্ধিয়াক কাষতে দেখি ;
হাঁহিটি মাৰিয়েই সাৱটি চুমিলে
বুলি মোৰে প্ৰাণ সখি !
No comments:
Post a Comment