পুৰণি অসমীয়া কবিতা
Pages
Home
সহায়
Sunday, 1 November 2015
জোনবাই
জোনবাই এ
'
- বেজি এটি দিয়া,
বেজী নো কেলৈ- মোনা চিলাবলৈ,
মোনা নো কেলৈ - ধন ভৰাবলৈ,
ধন নো কেলৈ- হাতী কিনিবলৈ ,
হাতী নো কেলৈ - উঠি ফুৰিবলৈ,
হাতীত উঠি পানীৰাম গাঁৱলৈ যায়,
বাটৰ বাটৰুৱাই ঘুৰি ঘুৰি চায়।
2 comments:
বিশ্ৱজ্যোতি
4 August 2019 at 10:30
আলি বাটৰ মানুহে ঘূৰি ঘূৰি চায় ।
Reply
Delete
Replies
Reply
প্ৰাঞ্জল ফুকন
5 June 2021 at 08:20
হাতীত উঠি পানীৰাম ঘৰলৈ যায়
আলিবাটৰ মানুহবোৰে ঘূৰি ঘূৰি চায় ।
Reply
Delete
Replies
Reply
Add comment
Load more...
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
আলি বাটৰ মানুহে ঘূৰি ঘূৰি চায় ।
ReplyDeleteহাতীত উঠি পানীৰাম ঘৰলৈ যায়
ReplyDeleteআলিবাটৰ মানুহবোৰে ঘূৰি ঘূৰি চায় ।