Saturday, 31 October 2015

পঞ্চ ইন্দ্ৰিয়



দুই হাত দুই ভৰি
কাম কৰি ফুৰোঁ লৰি ৷
দুই চকু দুই কাণ
দেখা শুনা চোৱা কাম ৷
এটা নাক এখন জিভা
গন্ধ আৰু সোৱাদ ল'বা ৷
ছালত চুলেই গম পাওঁ
পাঁচোটিৰেই সজাগ হওঁ ৷

1 comment: