কবিঃ- মঃ চোলেইমান খাঁ
সৰু কিম্বা বৰ আপোন
কি পৰ
নক'বা বচন বঢ়া,
নিতে সৰু হৈ মিঠা
কথা কৈ
সবাকে তুষিব পাৰা।
নহ'বা খঙাল নহ'বা
গপাল
নহ'বা ডাংকোপ মৰা,
সৰু হই ৰ'বা বেথা
তুমি পাবা
সকলো লোকৰে পৰা।
No comments:
Post a Comment