পুৰণি অসমীয়া কবিতা
Pages
Home
সহায়
Wednesday, 19 August 2026
সমনীয়া
(১)
যিটো হয় বয়সত
তোমাৰে সমান,
একেলগে পঢ়ে আৰু
ছাতৰ যিমান,
সকলোকে সমনীয়া
জানিবা তোমাৰ,
টান কথা কই কাকো
নিদিবা বেজাৰ ।
(২)
সকলোৱে মিলিজুলি
থাকিবা সদায়,
নকৰিবা মৰামৰি
আৰু দন্দ্ হাই ৷
তেনে হলে যেয়ে সেয়ে
কৰিব আদৰ,
ওজায়ো তোমাক বোপা !
ভাল পাব বৰ ।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment