হৰধনু
ভাঙি ৰামে সীতাক লভিলে
উঠিল
গৌৰৱ বাণী ৰাজ সমাজত
জয়,
জয়, শবদিলে অন্তেষপুৰত,
ভানুমতী সখীয়েকে বুলিলে বচন ,
-স্বামী পালা সীতা তুমি কত তপ
কৰি,
বজ্ৰময় হাত দুটি ধনু ভাঙে ধৰি
শুনি হাঁহি
জানকীয়ে ঘুৰালে বদন।
লাজ
পাই সখীয়েকে মাতিলে আকৌ
-কিয়
কৰা সীতা দেৱী বিাষদ মনত
নহয়
ৰামৰ হাত শিলৰ নিচিনা,
তুলা
যেন পাবা কিন্তু তোমাৰ হাতত।
ৰ’দত পৃথিৱী ফাটি হয় ছিটছিট্
কোমল
পদুম কিন্তু ৰ’দেৰে নিৰ্মিত,
No comments:
Post a Comment