পুৰণি অসমীয়া কবিতা
Pages
Home
সহায়
Friday, 9 October 2015
দেৱতাৰ মৰণ
কবিঃ
-
যজ্ঞেশ্বৰ শৰ্মা
অমৃতৰ ভাণ্ড খাই দেৱতা মৰিল;
লাঞ্ছিত হৈ অসুৰ দানৱ-দৈত্য হ
'
ল অমৰণ;
দিন দুপৰতে কেনে দুৰ্ঘোৰ ৰজনী ।
অবাধে পিশাচ দল কৰে বিচৰণ ।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment