পুৰণি অসমীয়া কবিতা
Pages
Home
সহায়
Friday, 9 October 2015
যথাপূর্বম্
কবিঃ
-
যজ্ঞেশ্বৰ শৰ্মা
বসুন্ধৰা পাগৰ বাহিৰ।
বিশ্বব্যাপী ষাঠ লাগে
,
আমতিৰ দিন।
আহিব লাগিছে সৌ গর্ভধান-ক্ষণ,
পুংসবন মহাযজ্ঞ পাতিব নো কেনে
?
কোন গৰ্গ ঋষি আহি জাতকৰ্ম কৰাব হৰিষে ।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment