কবিঃ- বিনন্দচন্দ্ৰ বৰুৱা
এটোপ দুটোপ পানী একে
লগ হই
পৰিণত হ'ল সাগৰত,
অকণ দুকণ বালি-চাঁহি গোট খাই
হ'ল এই বহল জগত।
পল পল দণ্ড কৰি সময়ৰ
সোঁতে
অনন্তৰ কৰিছে বৰাই,
এটি দুটি মৰমৰ সৰু
সুৰা কামে
জগতৰ মঙ্গল সূচায়।
ঠুনুক ঠানাক মাতে মইনাহঁতৰ
পৃথিৱীত মউ বৰষিছে,
দেৱতাৰ দূত যেন শিশুৰ
হাঁহিয়ে
মৰতত সৰগ পাতিছে।
Sorry for not being able to write it in Assamese. But the poem I remember is different.
ReplyDeleteEtup dutup Kori daworor pani Pori bhori gol bohol sagor
Kon kon Bali-chanhi ite xite lag lagi xaji dile dharani dangor
Pol onupol Kori dar din mah sori jug jug par hoi jai
Eti duti Kori Gotha maramar maat kotha jagatak xorog korai
Okol sukhere bhora nohoy janiba dhora dukhu ase xukhor lagat
Eti mathu hahi xori jagat puhor Kori xukhe bhora korise marat.
this is what i was lookin for
Deleteআমি এই কবিতাটো পঢ়িছিলো।
Deleteএটোপ দুটোপ কৰি দাৱৰ ৰ পানী পৰি ভৰি গল বহল সাগৰ
Deleteকন কণ বালি সাহি ইটো সিটো লগ লাগি সাজি দিলে ধৰণী ডাঙৰ
পল অনুপল কৰি দাৰ দিন মাহ কৰি......
এইটো বেলেগ কবিতা, আপুনি কোৱা পদ্যটোৰ নাম 'সৰু বস্তু' । এই ব্লগত আপুনি কোৱা কবিতাটো তলৰ লিংকত পাব
ReplyDeletehttp://kobitakuki.blogspot.in/search?q=%E0%A6%B8%E0%A7%B0%E0%A7%81+%E0%A6%AC%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%81
পুৱাৰ পোহৰ ওলাও ওলাও আন্ধাৰ আতৰি গল,
ReplyDeleteকবিতা টো দিবচোন। তাৰোপৰি গোটোৱা গোলাপ কলি থাকোঁতে সময় সখী টো দিবচোন।
মোকো লাগে ৷
Deleteমোকো লাগিছিল
Deleteসুন্দৰ প্ৰয়াস ৷ যিসকলে এই কামটো কৰিছে তেওলোকলৈ মোক আন্তৰিক শুভেচ্ছা থাকিল ৷
ReplyDeleteসুন্দৰ প্ৰয়াস। ড: নিৰমল প্ৰভা বৰদলৈৰ বেবেৰিবাং কবিতা টো আছে যদি দিবচোন।
ReplyDeleteOti sundor proyas. Thank you so much!
ReplyDeleteবহুত ভাল প্ৰয়াস । পুৱাৰ পোহৰ.... কবিতাটো বিচাৰি নাপালো... দিবচোন
ReplyDeleteকিছুমান পদ্য কপিৰাইট সম্বন্ধীয় জটিলতাৰ বাবে ইয়াত দিব পৰা নাই, তাৰ বাবে ক্ষমাপ্ৰাৰ্থী
ReplyDelete